
IT Conclave 2025: ভাৰতৰ সামুদ্ৰিক খণ্ডত ডিজিটেল ৰূপান্তৰৰ নতুন যুগৰ শুভাৰম্ভ
নতুন দিল্লীত অনুষ্ঠিত @shipmin_india দ্বাৰা আয়োজিত IT Conclave 2025 – “Leveraging Technology in Maritime” অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাষ্ট্ৰীয় মন্ত্ৰী শ্ৰী শন্তনু ঠাকুৰৰ সৈতে অংশ লৈ শুভাৰম্ভ কৰিবলৈ পাই গৌৰৱান্বিত।
@dgshipping_IN আৰু @CMMI_Indiaৰ যৌথ উদ্যোগত আয়োজিত এই কনক্লেভখন, ভাৰতৰ সামুদ্ৰিক খণ্ডৰ ডিজিটেলিকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে বিবেচিত হৈছে। এই সকলো উন্নয়ন মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত সম্ভৱ হৈছে।
🔹 DG Shipping-ৰ পুনঃগঠিত ৱেবচাইটৰ শুভাৰম্ভ কৰা হয়।
🔹 e-Samudra platform ৰ Phase-1 উন্মোচন কৰা হয় – যি এখন একত্ৰিত e-Governance solution হিচাপে ৬০ৰো অধিক সামুদ্ৰিক প্ৰক্ৰিয়া একে ছাতাৰ তলত সমন্বয় কৰিব।
🔹 MMD Noida-ত AI-ভিত্তিক Remote Proctored Digital Examination System আৰম্ভণিৰ ঘোষণা কৰা হয়।
এই পদক্ষেপসমূহৰ জৰিয়তে AI পৰা Automationলৈ, ভাৰতৰ সামুদ্ৰিক খণ্ডে এক আধুনিক, চাইবৰ-নিরাপদ, আৰু স্বচ্ছ শাসন ব্যৱস্থাৰ দিশে আগবাঢ়ি গৈ আছে।
এই উন্নত প্রযুক্তিৰ সংহতিৰ জৰিয়তে ভাৰত বিশ্ব সামুদ্ৰিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ দিশে দ্ৰুত গতিত আগবাঢ়ি আছে।
#DigitalMaritimeIndia #eGovernance #ITConclave2025 #MaritimePowerhouse