বিশ্ব শান্তি কামনাৰে গোৰেশ্বৰৰ ১ নং পিপলেনীত শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম নামযজ্ঞ মহাভোগ মহোৎসৱ সম্পন্ন

  • Current
  • January 11, 2025
  • 0 Comments
Telegram

বিশ্ব শান্তি কামনাৰে গোৰেশ্বৰৰ ১ নং পিপলেনীত শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম নামযজ্ঞ মহাভোগ মহোৎসৱ সম্পন্ন

চাৰিদিনীয়াকৈ কালি মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত মহোৎসৱত অংশগ্ৰহণ বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰী,BTCৰ CSB সদস্যদ্বয় শ্যামল চৰকাৰ,কৰন চেত্ৰী আৰু যুৱ সমাজকৰ্মী বাপন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ৷

ইএমগৰাকীয়ে বিশ্ব শান্তি কামনাৰে শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম নামযজ্ঞত লয় আশীষ।

হৰেকৃষ্ণ হৰেকৃষ্ণ এক নাম ধ্বনিৰে মুখৰিত গোৰেশ্বৰৰ ১ নং পিপলেনীৰ আকাশ বতাহ।

মহোৎসৱত সমাগম ঘটে ৰাজ্যৰ ভিন্ন প্ৰান্তৰপৰা অহা ভকত বৈষ্ণৱসকলৰ ৷

কেইবাটাও এক নাম দলে অংশগ্ৰহণ কৰে এই তাৰক ব্ৰহ্ম নামযজ্ঞ মহোৎসৱত।

দিনেনিশাই অনুষ্ঠিত একনাম তাৰক ব্ৰহ্ম নামযজ্ঞ মহোৎসৱত উদুলিমুদুলি পৰিৱেশ।

  • Related Posts

    • Current
    • June 20, 2025
    • 6 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 3 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *