বিশ্ব শান্তি কামনাৰে গোৰেশ্বৰৰ ১ নং পিপলেনীত শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম নামযজ্ঞ মহাভোগ মহোৎসৱ সম্পন্ন
ইএমগৰাকীয়ে বিশ্ব শান্তি কামনাৰে শ্ৰী শ্ৰী অখণ্ড তাৰক ব্ৰহ্ম নামযজ্ঞত লয় আশীষ।
হৰেকৃষ্ণ হৰেকৃষ্ণ এক নাম ধ্বনিৰে মুখৰিত গোৰেশ্বৰৰ ১ নং পিপলেনীৰ আকাশ বতাহ।
মহোৎসৱত সমাগম ঘটে ৰাজ্যৰ ভিন্ন প্ৰান্তৰপৰা অহা ভকত বৈষ্ণৱসকলৰ ৷
কেইবাটাও এক নাম দলে অংশগ্ৰহণ কৰে এই তাৰক ব্ৰহ্ম নামযজ্ঞ মহোৎসৱত।
দিনেনিশাই অনুষ্ঠিত একনাম তাৰক ব্ৰহ্ম নামযজ্ঞ মহোৎসৱত উদুলিমুদুলি পৰিৱেশ।