বগামাটিত অহা ১ পৰা ৩ নবেম্বৰলৈ অনুষ্ঠিত হ’ব চতুৰ্থ তম বৰনদী ৰাইডাৰ্ছ মিট ২০২৪।

Telegram

গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে বডোলেণ্ড টুৰিজিম, এভিডিচি, গুৱাহাটীৰ সহযোগত তামুলপুৰ জিলাৰ বগামাটিত অহা ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব বৰনাদী ৰাইডাৰ্ছ মিট ২০২৪’ৰ চতুৰ্থ সংস্কৰণৰ । আয়োজন সমিতিয়ে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।

 

  • Related Posts

    তামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ

    Telegram

    TelegramTweetতামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ   তামুলপুৰ,২০ জুলাইঃ   তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় বাৰ্ষিক…

    BCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।

    Telegram

    TelegramTweetBCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।     📊 আয়ৰ အေাৱৰণ:   সৰ্বমুঠ উপাৰ্জন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *