বগামাটিত অহা ১ পৰা ৩ নবেম্বৰলৈ অনুষ্ঠিত হ’ব চতুৰ্থ তম বৰনদী ৰাইডাৰ্ছ মিট ২০২৪। BTRNEWS 9 months ago Telegram গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে বডোলেণ্ড টুৰিজিম, এভিডিচি, গুৱাহাটীৰ সহযোগত তামুলপুৰ জিলাৰ বগামাটিত অহা ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব বৰনাদী ৰাইডাৰ্ছ মিট ২০২৪’ৰ চতুৰ্থ সংস্কৰণৰ । আয়োজন সমিতিয়ে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।