স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰ বছৰলৈ: অসমৰ ঋণৰ বৃদ্ধি আৰু বিজেপি চৰকাৰৰ ভূমিকা

Telegram

স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰ বছৰলৈ: অসমৰ ঋণৰ বৃদ্ধি আৰু বিজেপি চৰকাৰৰ ভূমিকা।

 

স্বাধীনতাৰ পাছত অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশ সলনি হৈছে, কিন্তু ৰাজ্যৰ ঋণৰ ভাৰ অবিৰত বৃদ্ধি পাইছে। তৰুণ গগৈৰ চৰকাৰৰ শেষৰ বছৰত, ২০১৬ চনৰ মাৰ্চত, অসমৰ সৰ্বমুঠ ঋণ আছিল ৪১,৯৬৪ কোটি টকা।

 

তাৰ পাছত, ২০১৬ চনৰ মাৰ্চত বিজেপি চৰকাৰে ক্ষমতা গ্ৰহণ কৰাৰ পিছত, ৮ বছৰৰ ব্যৱধানত (২০২৪ চনৰ মাৰ্চ পৰ্যন্ত), অসমৰ ঋণ হৈছে ১,০৮,৯৩৬ কোটি টকা। এইদৰে বিজেপি চৰকাৰৰ সময়ত ঋণৰ পৰিমাণ বৃদ্ধি পালে ১.৫ গুণতকৈও বেছি।

 

২০২৪ চনৰ ৩১ মাৰ্চৰ তথ্যানুসাৰে, অসমৰ সৰ্বমুঠ ঋণ ১,৫০,৯০০ কোটি টকালৈ বৃদ্ধি পাইছে।

 

এই ঋণৰ মূল কারণসমূহ:

উন্নয়নমূলক প্ৰকল্পৰ বাবে বিনিয়োগ।

পৰিকাঠামোগত (infrastructure) খৰচৰ বৃদ্ধি।

ৰাজহ আয়ে হ্ৰাস আৰু খৰচৰ বৃদ্ধি।

কেন্দ্ৰীয় অনুদান আৰু ৰাজস্বৰ অভাৱ।

এই ঋণৰ প্ৰভাৱ:

ৰাজ্যিক চৰকাৰে শিক্ষা, স্বাস্থ্য আৰু অন্যান্য সেৱাত খৰচ কৰাত সীমা সৃষ্টিৰ সম্ভাৱনা।

ৰাষ্ট্ৰীয় ভাৰসাম্যত অসমৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ নির্ভৰশীলতা।

ভবিষ্যতে কৰপাত্ৰ নাগৰিকৰ ওপৰত কৰাৰ ভাৰ বৃদ্ধি।

 

  • Related Posts

    মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨

    Telegram

    TelegramTweet🚨 মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা 🚨   আজি পুৱা মুকালমুৱা অঞ্চলৰ অন্তৰ্গত লাৰকুছি পাৰ হৈ গৈ থকা এখন নাও ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হয়। নাওখনত বহু লোক আরোহী আছিল বুলি জানিব…

    • Current
    • June 19, 2025
    • 2 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *