শীঘ্ৰেই খেল মহাৰণ ২.০ প্ৰতিযোগিতা

Telegram

অসম চৰকাৰে পুনৰ আৰম্ভ কৰিবলৈ লৈছে খেল মহাৰণ ২.০ৰ প্ৰতিযোগিতা। প্ৰতিযোগীসকলে ৭টা ক্ৰীড়া শাখাত শ্রেষ্ঠত্ব অর্জনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিব। প্রায় ২ সপ্তাহ বাকী থকা অৱস্থাত ৫৩ লাখৰো অধিক অংশগ্ৰহণকাৰীয়ে ইতিমধ্যে পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে। এথলেটিকছ, সাঁতোৰ আৰু কাবাদী এতিয়ালৈকে আটাইতকৈ বেছি খেলুৱৈৰ পঞ্জীয়নভূক্ত শাখা হিচাপে চিহ্নিত হৈছে।
সেয়েহে ইচ্ছুক প্ৰতিযোগি সকলে তলত উল্লেখিত লিংকৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে।

পঞ্জীয়নৰ বাবে : dsywassam.com/khel

  • Related Posts

    ২৭ বছৰৰ পাছত ICC ট্ৰফীৰ খিতাপ দখল! দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ মুখত বিৰিঙিছে হাঁহি 🌟

    Telegram

    TelegramTweet🔵 ২৭ বছৰৰ পাছত ICC ট্ৰফীৰ খিতাপ দখল! দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ মুখত বিৰিঙিছে হাঁহি 🌟   ২৭ বছৰীয়া প্ৰতীক্ষাৰ অন্তত, দক্ষিণ আফ্ৰিকাই অবশেষত আন্তর্জাতিক ক্রিকেট কাউন্সিল (ICC) ৰ এখন ট্ৰফী…

    দক্ষিণ আফ্ৰিকাৰ ইতিহাসিক জয়! | ICC World Test Championship 2023-25ৰ খিতাপ দখল

    Telegram

    TelegramTweet🏆 দক্ষিণ আফ্ৰিকাৰ ইতিহাসিক জয়! | ICC World Test Championship 2023-25ৰ খিতাপ দখল   বিশ্ব টেষ্ট ক্ৰিকেটত নতুন অধ্যায়! দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে ICC World Test Championship (WTC) 2023-25ৰ খিতাপ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *