BTR NEWS

শীঘ্ৰেই খেল মহাৰণ ২.০ প্ৰতিযোগিতা

Telegram

অসম চৰকাৰে পুনৰ আৰম্ভ কৰিবলৈ লৈছে খেল মহাৰণ ২.০ৰ প্ৰতিযোগিতা। প্ৰতিযোগীসকলে ৭টা ক্ৰীড়া শাখাত শ্রেষ্ঠত্ব অর্জনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিব। প্রায় ২ সপ্তাহ বাকী থকা অৱস্থাত ৫৩ লাখৰো অধিক অংশগ্ৰহণকাৰীয়ে ইতিমধ্যে পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে। এথলেটিকছ, সাঁতোৰ আৰু কাবাদী এতিয়ালৈকে আটাইতকৈ বেছি খেলুৱৈৰ পঞ্জীয়নভূক্ত শাখা হিচাপে চিহ্নিত হৈছে।
সেয়েহে ইচ্ছুক প্ৰতিযোগি সকলে তলত উল্লেখিত লিংকৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে।

পঞ্জীয়নৰ বাবে : dsywassam.com/khel

Exit mobile version