
🔴 মহানগৰীৰ দক্ষিণগাৱত ড্ৰাগছ জব্দ – আটক এজন সৰবৰাহকাৰী 🔴
মহানগৰীত ড্ৰাগছ বিৰোধী অভিযানৰ অংশস্বৰূপে দক্ষিণগাৱ অঞ্চলত এক গুৰুত্বপূর্ণ সফলতা লাভ কৰিছে আৰক্ষীয়ে।
👉 ১৯ পেকেট চাবোন ভৰ্তি ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে।
👉 অভিযানখন দিছ্পুৰ আৰক্ষী আৰু ভগদত্তপূৰ আৰক্ষীৰ যৌথ সহযোগত চলোৱা হয়।
👉 আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম চানুৱাৰ খান বুলি জানিব পৰা গৈছে।
👉 মহানগৰীত ভৰাতিয়া হিচাপে বাস কৰি আছিল যুৱকজন আৰু পেছাত এজন গাড়ীচালক।
👉 নালাপাৰাৰ পৰা বৰপেটালৈ ড্ৰাগছ সৰবৰাহ কৰি লৈ যোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে।
ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানত এই জব্দক বৃহৎ সফলতা হিচাপে গণ্য কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে ধৃত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰিছে।
📌 মাদক বিৰোধী যুঁজত সহযোগিতা আগবঢ়াওক – সচেতন হওক, সজাগ থাকক।
#DrugsBust #AssamPolice #GuwahatiCrime #AntiDrugDrive #DispurPS #BhagadattapurPS #StopDrugs