মহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনা

Telegram

মহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনা

 

নিশা গুৱাহাটী মহানগৰীৰ জুৰিপাৰ অঞ্চলত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এটা বেগী ট্ৰাকে এটা বাইকত মহটিয়াই নিয়াৰ ফলত ভয়ংকৰ ঘটনা ঘটে।

 

প্ৰত্যক্ষদৰ্শীৰ বক্তব্য অনুসৰি, বাইক আৰোহীজন নিয়মীয়া ভাবে ৰাস্তাত গৈ থকা অৱস্থাত পিছেৰে অহা ট্ৰাকজনে তীব্ৰগতিত ধাক্কা দিয়ে। তৎক্ষণাৎ স্থানীয় ৰাইজে আহত ব্যক্তিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

 

আহত ব্যক্তিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছত ট্ৰাকচালকে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ চেষ্টা কৰিলে যদিও আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকখন জব্দ কৰি চালকজনক আটক কৰিবলৈ অভিযান আৰম্ভ কৰিছে।

 

স্থানীয় ৰাইজে ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী বিৰচন দাবী কৰাৰ লগতে এই ধৰণৰ দুর্ঘটনা ৰোধ কৰিবলৈ প্ৰশাসনক কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনাইছে।

  • Related Posts

    প্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসী

    Telegram

    TelegramTweetপ্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসী   দৰঙত আজিৰ দিনটো ঐতিহাসিক হ’ব বুলি আশাবাদী স্থানীয়বাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰং সফৰৰ লগত জুৰি গৈ আছে উন্নয়নৰ এক নতুন দিশ। আজিৰ এই…

    সাৱাৰকাৰে প্ৰথম…” NCERT পাঠ্যসূচী সংশোধনক লৈ AIMIM প্রধান আসাদুদ্দিন ওৱাইচীৰ কেন্দ্ৰক তীব্ৰ কটাক্ষ

    Telegram

    TelegramTweet“সাৱাৰকাৰে প্ৰথম…” NCERT পাঠ্যসূচী সংশোধনক লৈ AIMIM প্রধান আসাদুদ্দিন ওৱাইচীৰ কেন্দ্ৰক তীব্ৰ কটাক্ষ   NCERT পাঠ্যসূচী পৰিবৰ্তনক লৈ কেন্দ্ৰ চৰকাৰক কটাক্ষ কৰিলে AIMIM ৰ সভাপতি আসাদুদ্দিন ওৱাইচী। তেওঁ অভিযোগ উত্থাপন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *