প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান BTRNEWS 8 months ago Telegramপ্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান। বাৰ্দ্ধক্যজনিত কাৰণত মহানগৰীৰ গণেশগুৰিস্থিত দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল পৰিচালকগৰাকী৷ ২৪ অক্টোবৰত ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত৷