সাংসদ ৰঞ্জিত দত্তই বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ বিৰুদ্ধে মানহানী গোচৰ তৰাৰ হুংকাৰ ।

বিহাৰী : ২ নবেম্বৰ ২০২৪ ৰাজ্যত উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বিহালী সমষ্টিত বিজেপি ৰঞ্জিত দত্ত আৰু আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ বাকযুদ্ধই আকৰ্ষণীয় ৰূপ লৈছে। শুক্ৰবাৰে কংগ্ৰেছৰ…

যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰাৰ বাবে  উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা কেইখনমান উৎসৱ বিশেষ ৰেলৰ পৰিচালন 

যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা কেইখনমান উৎসৱ বিশেষ ৰেলৰ পৰিচালন     মালিগাঁও, ১ নৱেম্বৰ, ২০২৪:     উৎসৱ বতৰত…

অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সকলৰ অসম চৰকাৰৰ প্ৰশংসিত পদক্ষেপ।

অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে জৰুৰী বাৰ্তা— ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় সাধন তথা যোগ্যতা ছাত্ৰবৃত্তি পৰীক্ষা ২০২৪ (National Means-cum-merit Scholarship Examination 2024)ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পৰীক্ষাৰ…

প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান। বাৰ্দ্ধক্যজনিত কাৰণত মহানগৰীৰ গণেশগুৰিস্থিত দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল পৰিচালকগৰাকী৷ ২৪ অক্টোবৰত ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত৷    

তামুলপুৰৰ খৈৰাণীত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। 

তামুলপুৰৰ খৈৰাণীত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। তামুলপুৰ, ১ নৱেম্বৰঃ   সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে…