প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজিৰ দিনটোত গোৰেশ্বৰস্থিত শংকৰদেৱ সত্ৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে

Telegram

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজিৰ দিনটোত গোৰেশ্বৰস্থিত শংকৰদেৱ সত্ৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে। সত্ৰত উপস্থিতিৰ পিছত তেওঁ সংবাদমাধ্যমৰ সন্মুখীন হৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে।

 

তেওঁ মন্তব্য কৰি কয় যে –

👉 “দেশত আৰু ৰাজ্যত একে দলৰ চৰকাৰ থাকিও বিজেপিয়ে প্ৰজাক কিবা দাঙি ধৰিব পৰা নাই। জনজাতি জনগোষ্ঠীক অধিকাৰ প্ৰদানত ব্যৰ্থ হৈছে আৰু ভূমিহীন লোকসকলক ভূমি দিব নোৱাৰিলে।”

 

গৌৰৱ গগৈয়ে আরও কয় যে, বিজেপিৰ শাসনকালত লোকে আশাৰ বিপৰীতে হতাশা পাইছে। জনসাধাৰণৰ প্ৰত্যাশিত অধিকাৰ আৰু নীতি-নিয়ম প্ৰদানত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি তেওঁৰ অভিযোগ।

 

গোৰেশ্বৰ ভ্ৰমণকালে গৌৰৱ গগৈৰ উপস্থিতিৰে স্থানীয় কংগ্ৰেছ কৰ্মীসকলে উল্লাস প্ৰকাশ কৰে আৰু আগন্তুক দিনত দলক শক্তিশালী কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়।

 

  • Related Posts

    নাগ্ৰিজুলীত GSP প্ৰাৰ্থী সঞ্জয় মুৰমুৰ জনসংযোগ অব্যাহত

    Telegram

    TelegramTweetনাগ্ৰিজুলীত GSP প্ৰাৰ্থী সঞ্জয় মুৰমুৰ জনসংযোগ অব্যাহত   BTC নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত সমগ্ৰ অঞ্চল জুৰি তুংগত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। বিশেষকৈ ২৭ নং নাগ্ৰিজুলি পৰিষদীয় সমষ্টিত…

    নাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।

    Telegram

    TelegramTweetনাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।   স্বাস্থ্য, শিক্ষা, যাতায়ত, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিম- ডাঃ উট্যম দাস।   ৯ ছেপ্টেম্বৰ-   বিটিচি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *