নৱম পাংছাউ পাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ

  • Current
  • January 5, 2025
  • 0 Comments
Telegram

নৱম পাংছাউ পাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ

 

অৰুণাচল প্ৰদেশৰ নামপঙত অনুষ্ঠিত হ’ব নৱম পাংছাউ পাছ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ। এই মহোৎসৱ ২০, ২১ আৰু ২২ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে।

 

এই ইভেন্টত দেশ-বিদেশৰ নানা সংস্কৃতি, পৰম্পৰা আৰু কলাৰ মঞ্চপ্ৰদৰ্শন কৰা হ’ব। মহোৎসৱৰ উদ্দেশ্য হৈছে স্থানীয় শিল্প আৰু সংস্কৃতিৰ উন্নয়ন আৰু বিশ্বদৰবাৰত অৰুণাচল প্ৰদেশৰ পৰিচিতি বৃদ্ধি কৰা।

 

বিশ্ববিদ্যালয়, শিল্পী, আৰু সংস্কৃতিক মঞ্চৰ লগত যোগদানৰ বাবে বহু সংখ্যক অতিথি আহ্বান কৰা

হৈছে।

 

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    • Current
    • June 21, 2025
    • 3 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    Leave a Reply

    Your email address will not be published. Required fields are marked *