তামুলপুৰ আৰক্ষী ছাউনীত মানসিক স্বাস্থ্যৰ ওপৰত সজাগতা সভা আৰু স্বাস্থ্য শিৱিৰঃ

  • Current
  • January 16, 2025
  • 0 Comments
Telegram

তামুলপুৰ আৰক্ষী ছাউনীত মানসিক স্বাস্থ্যৰ ওপৰত সজাগতা সভা আৰু স্বাস্থ্য শিৱিৰঃ

 

স্বাস্থ্য শিৱিৰত উৎসাহজনক ভাৱে তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী,উপ আৰকী অধীক্ষক,তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,তামুলপুৰ জিলাৰ বহুসংখ্যক আৰক্ষী জোৱান আৰু কেবাগৰাকীও আৰক্ষী বিষয়াই নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়৷

 

স্বাস্থ্য সজাগতা শিৱিৰত উপস্থিত থাকি গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বৰ্তমানৰ ডীন ডঃ গায়ত্ৰী গোস্বামীয়ে মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এক দীঘলীয়া বক্তৃতা প্ৰদান কৰাৰ লগতে উপস্থিত সকলক মূল্যবান দিহা পৰামৰ্শ আগবঢ়ায়৷

আৰক্ষী লোকসকলৰ মানসিক স্বাস্থ্য আৰু অত্যাৱশ্যকীয় চিকিৎসা পৰামৰ্শ প্ৰদান কৰাই স্বাস্থ্য শিৱিৰ স্বাস্থ্য সজাগতা শিৱিৰৰ মুখ্য

উদ্দেশ্য আছিল বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ৷ স্বাস্থ্য সজাগতা শিৱিৰত এচি আৰ ডি(ACRD)ৰ অধ্যক্ষ নৱাজ্যোতি শৰ্মা,এচি আৰ ডি(ACRD)ৰ কাৰ্যবাহী সঞ্চালক প্ৰেৰণা চাংকাকতিৰ উপস্থিতিত অনুষ্ঠানটোৰ কেবাগৰাকীও কৰ্মকৰ্তা আৰু চিকিৎসা বিষয়া সকলে অংশগ্ৰহণ কৰে৷

  • Related Posts

    • Current
    • September 14, 2025
    • 2 views
    • 1 minute Read
    অখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”

    Telegram

    TelegramTweetঅখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”   শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজিৰ দিনটোত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি…

    • Current
    • September 13, 2025
    • 6 views
    • 1 minute Read
    সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    Telegram

    TelegramTweetসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বক্তব্যত অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰিলে। বক্তৃতাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত *“অগ্নি যুগৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *