তামুলপুৰত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

Telegram

তামুলপুৰত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

===================

 

কুমাৰীকাটা ,২০ মাৰ্চ

তামুলপুৰ ইউকো বেঙং আৰু কেয়াৰ হেল্থ ইঞ্চোৰেঞ্চৰ উদ্দোগত আৰু গুৱাহাটী মাৰুৱাৰী হস্পটালৰ সহযোগত আজি তামুলপুৰ ঘগৰাচকস্থীত ইউকো বেঙংৰ কাৰ্যালয়ত এটি স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হয় ৷ স্বাস্থ্য চিকিৎসা শিৱিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে‌ তামুলপুৰ ইউকো বেংকৰ শাখা প্ৰবন্ধক বিচিত্ৰ নাৰায়ন তালুকদাৰে । প্ৰায় শতাধিক ৰোগীয়ে অংশগ্ৰহণ কৰা ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ গুৱাহাটী মাৰুৱাৰী হস্পটালৰ পৰা অহা দুগৰাকী চিকিৎসক ডাঃ হুমাউন আহমেদ আৰু ডাঃ বিদ্যুৎ বিকাশ চৌধুৰীয়ে উপস্থিত থকা স্বাস্থ্য পৰীক্ষা কৰি ৰোগী সকলৰ মাজত বিনামূলীয়াকৈ দৰৱো বিতৰণ কৰা হয় ৷

স্বাস্থ্য শিৱিৰত গুৱাহাটী মাৰুৱাৰী হস্পটালৰ চিকিৎসক লগতে নাৰ্চৰ উপৰিও কেবাগৰাকী চিকিৎসা কৰ্মী আৰু কেয়াৰ হেল্থ ইঞ্চোৰেঞ্চৰ সন্জিব নাথ, বিশ্বজিৎ দেৱ নাথৰ লগতে বেঙংৰ কৰ্মচাৰী সকলে সহযোগ আগবঢ়ায় ।

  • Related Posts

    GNIOT গ্রুপ অৱ ইনষ্টিটিউচন ৰ সংবাদমেল. মহানগৰীৰ হোটেল ৰন্তামৌলিত এই সংবাদমেল।

    Telegram

    TelegramTweet  GNIOT গ্রুপ অৱ ইনষ্টিটিউচন ৰ সংবাদমেল. মহানগৰীৰ হোটেল ৰন্তামৌলিত এই সংবাদমেল   দিল্লী এন চি আঁৰৰ গ্ৰেতাৰ নয়দাত অৱস্থিত এই শিক্ষানুষ্ঠান খনে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰহণ কৰিলে…

    হেল্পিং হেণ্ড সংস্থা আৰু নিউ লিইফ মেডিকেলৰ প্রশংসনীয় পদক্ষেপ: ৭৫ সংখ্যক কিডনী তথা প্ৰস্ৰাৱৰ সমস্যাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন

    Telegram

    TelegramTweetহেল্পিং হেণ্ড সংস্থা আৰু নিউ লিইফ মেডিকেলৰ প্রশংসনীয় পদক্ষেপ: ৭৫ সংখ্যক কিডনী তথা প্ৰস্ৰাৱৰ সমস্যাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন   গুৱাহাটী, ২৯ জানুৱাৰী: জনসাধাৰণৰ স্বাস্থ্যসেবা নিশ্চিত কৰিবলৈ, হেল্পিং হেণ্ড…

    Leave a Reply

    Your email address will not be published. Required fields are marked *