তামুলপুৰত প্ৰিতিমূলক ক্ৰিকেট প্ৰতিযোগিতা।

Telegram

তামুলপুৰত প্ৰিতিমূলক ক্ৰিকেট প্ৰতিযোগিতা।

 

 

তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজি এখনি প্ৰিতিমূলক ক্ৰিকেট খেল অনুষ্ঠিত হয়। ক্ৰিকেট খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। গুৱাহাটী টাউন টাইতন ক্লাৱ আৰু তামুলপুৰ ক্ৰিকেট একাডেমীৰ মাজত অনুষ্ঠিত হোৱা খেল খনত ১৪৫ ৰান সংগ্ৰহ কৰি জয় লাভ কৰে তামুলপুৰ একাডেমী। উত্তেজিতপূৰ্ণ খেলখনত গুৱাহাটী টাউন টাইতন ক্লাৱক ধ্ৰুৱজ্যোতি ঠাকুৰীয়াই ২ অ’ভাৰত ১২ ৰান দি দুটা উইকেট দখল কৰে। আনহাতে চিন্ময় কলিতাই ৩ অ’ভাৰত ১০ ৰান দি ৩ উইকেট দখল কৰি হেট্ৰিক কৰে। খেলখনত তামুলপুৰ একাডেমীৰ হৈ বেটিং কৰে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই।

  • Related Posts

    Meeting on Financial Assistance for Tea Garden Workers Held in Tamulpur*

    Telegram

    TelegramTweet*Meeting on Financial Assistance for Tea Garden Workers Held in Tamulpur*   _Each worker will be receive ₹5,000_   *Tamulpur, 17 June 2025* : A meeting was convened today at…

    তামুলপুৰৰ শশীপুৰত যোগ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত। 

    Telegram

    TelegramTweetতামুলপুৰৰ শশীপুৰত যোগ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত।  =======================   কুমাৰীকাটা, ১৭ জুন।   তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত , ড্ৰাগছমুক্ত দৰঙ্গা পৰিচালনা সমিতি, 64 বাহিনী এছএছবিৰ সহযোগত ভাৰত ভূটান সীমান্তৰ শশীপুৰত বিশাল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *