
অসমৰ চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন ট্ৰাক লাহোৰিজান কাৰ্বি আংলং আৰক্ষীৰ নাকা টালাচিত 1140.58gms হেৰইন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৃত হেৰইন খিনিৰ মূল্য প্ৰায় 8 cr মূল্যৰ বুলি জানিব পৰা গৈছে।
এই সন্দৰ্ভত ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ অধিক অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।