BTR NEWS

ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ সফলতা।

Telegram

অসমৰ চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন ট্ৰাক লাহোৰিজান  কাৰ্বি আংলং আৰক্ষীৰ নাকা টালাচিত 1140.58gms হেৰইন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৃত হেৰইন খিনিৰ মূল্য প্ৰায় 8 cr মূল্যৰ বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ অধিক অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

 

Exit mobile version