গোৰেশ্বৰৰ নাওকাটাত সম্প্ৰদায় উৎসৱ উদযাপন

  • Current
  • December 15, 2024
  • 0 Comments
Telegram

গোৰেশ্বৰৰ নাওকাটাত সম্প্ৰদায় উৎসৱ উদযাপন

 

গোৰেশ্বৰ-১৪ডিচেম্বৰঃ

গোৰেশ্বৰৰ নাওকাটাত সম্প্ৰদায় উৎসৱ উদযাপন

পূৱ নাওকাটা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত এই অনুষ্ঠান

নাওকাটা মিলন বুনিয়াদী বিদ্যালয় প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসূচীৰে পালন সম্প্ৰদায় উৎসৱ

উৎসৱত জনগোষ্ঠীয় খাদ্য সম্ভাৰ, সাজপাৰৰ লগতে কৃষিজাত সজুঁলি প্ৰদৰ্শন

তামুলপুৰ শিক্ষা খণ্ডৰ অধীনৰ পূৱ নাওকাটা সমল কেন্দ্ৰৰ ৯ খন বিদ্যালয়ে অংশগ্ৰহণ এই উৎসৱত।

লগতে নাওকাটা মিলন বুনিয়াদী বিদ্যালয় প্ৰাঙ্গণৰপৰা নাওকাটা চ’কৰ মাজৰে এক সম্প্ৰদায় শোভাযাত্ৰা উলিওৱা হয় ।

 

উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰছাত্ৰীৰ আয়োজিত হয় বিভিন্ন খেলধেমালি প্ৰতিয়োগিতাৰ লগত নৃত্য অনুষ্ঠান।

 

জনগোষ্ঠীয় নৃত্য, দিহানাম, বিহুনৃত্য সমাহাৰেৰে জীপাল হৈ পৰে নাওকাটা মিলন বুনিয়াদী বিদ্যালয় ৷

 

অনুষ্ঠানত নাওকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবিৰাম ব্ৰহ্ম, নাওকাটা মিলন বালিকা হাইস্কুল প্ৰধান শিক্ষক জীতেশ বিশ্বাস, সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰদীপ শৰ্মাৰ লগতে ৯ খন বিদ্যালয়ৰ শিক্ষক উপস্থিত থাকে ।

 

খৈৰাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীন নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি সভা।

 

উক্ত সভাতে ছাত্ৰছাত্ৰীসকলক একোখনকৈ মানপত্ৰ আৰু পুৰস্কাৰ বিতৰণ কৰা হয় ।

  • Related Posts

    • Current
    • September 17, 2025
    • 10 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 16 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *