
আজ মুক্তি পোৱা Pushpa 2: The Rule ২০২১ চনৰ ব্লকবাষ্টাৰ Pushpa: The Riseৰ চিঙা অংশ। ছবিখন অলু অৰ্জুন অভিনীত “পুষ্পা ৰাজ” নামৰ এক বিদ্ৰোহী ব্যক্তিৰ চৰিত্ৰক কেন্দ্ৰ কৰি নিৰ্মিত। এইখনে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলৰ লগত থকা সংঘাত, তেওঁৰ ৰাজত্ব বিস্তাৰৰ যাত্ৰা আৰু ব্যক্তিগত সংকটৰ ওপৰতো আলোকপাত কৰে।
সুকুমাৰ পৰিচালিত ছবিখনত সামাজিক-বানিজ্যিক থিমৰ উপৰি, উচ্চ মানদণ্ডৰ একচন দৃশ্য, সংগীত আৰু কাহিনীৰ সংমিশ্ৰণৰ জৰিয়তে জনপ্ৰিয় হৈ উঠিছে।
Pushpa 2: The Rule অসমত প্ৰায় সকলো প্ৰধান চহৰ আৰু জনপ্ৰিয় চিনেমা হলসমূহত মুক্তি পাইছে। গুৱাহাটীৰ লগতে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, নলবাৰী আৰু বৰপেটা আদি চহৰসমূহত ইয়াৰ প্ৰদৰ্শন আৰম্ভ হৈছে।
ভাষা: মূলত তেলেগু, হিন্দী আৰু বিভিন্ন Dubbed সংস্কৰণ উপলব্ধ।
প্ৰদৰ্শন হল: PVR, INOX, Gold Cinema, Asian Cinemas আদি।
টিকট বুকিং: BookMyShow বা স্থানীয় প্লাটফৰ্মৰ জৰিয়তে উপলব্ধ।
বিস্তারিত তথ্যৰ বাবে স্থানীয় বুকিং প্লাটফৰ্ম চাওক।