
আজিৰে পৰা তামুলপুৰ বিধান সভা সমষ্টি ভিত্তি আৰম্ভ হৈছে খেল মহাৰণ ০২।
খেল মহাৰণত তামুলপুৰ বিধানসভা সমষ্টিৰ ২ হাজাৰ খেলুৱৈৰ অংশ গ্ৰহণ।
ভিচিডি পৰ্যায়ৰ অন্ততঃ আজি বিধান সভা সমষ্টি ভিত্তি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হৈছে খেল মহাৰণ ০২।
পুৱাৰে পৰা দৌৰ, কাবাডী, ভলিবল, ফুটবল , দবা আদি খেল অনুষ্ঠিত হয়।
খেল মহাৰণৰ শুভাৰম্ভ কৰে তামুলপুৰ বিধায়ক এলেন দৈমাৰীয়ে। উপস্থিত থাকে তামুলপুৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে তামুলপুৰ জিলা প্ৰশাসনৰ কেইবাগৰাকীও লোক।