
দিল্লীত বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই বৃদ্ধি পাবলৈ লৈছে নিৰ্বাচনী আক্ৰমণ। আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘলে নিজৰ ফেচবুক একাউণ্টত চেৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালৰ এগৰাকী আগশাৰীৰ সাংবাদিক সাক্ষাৎকাৰ গ্ৰহণ কৰি থকা আৰু অনিল আৰু ওমবুৰীছ পুৰী ফটো। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে।