TET Cum Recruitment Test: পৰীক্ষাৰ তাৰিখ সলনি, জানুৱাৰী ১৯ত অনুষ্ঠিত হ’ব

  • Current
  • December 21, 2024
  • 0 Comments
Telegram

TET Cum Recruitment Test: পৰীক্ষাৰ তাৰিখ সলনি, জানুৱাৰী ১৯ত অনুষ্ঠিত হ’ব

 

মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে প্ৰয়োজনীয় অধিসূচনা জাৰি কৰি TET Cum Recruitment Testৰ তাৰিখ ২৯ ডিচেম্বৰৰ পৰিৱৰ্তে ১৯ জানুৱাৰীলৈ সলনি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত এই পৰিৱর্তন কৰা হৈছে।

 

তাৰিখ পৰিৱর্তনৰ কাৰণ:

TET Cum Recruitment Testৰ পাঠ্যক্ৰমত অংক বিষয় অন্তৰ্ভুক্ত কৰাৰ পাছত অধিক অধ্যয়নৰ সময় বিচাৰি একাংশ চাকৰি প্ৰত্যাশীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। তেওঁলোকৰ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে পৰীক্ষাৰ দিন ১৫ দিন পিছোৱাত সন্মতি দিয়ে।

 

প্ৰৱেশ পত্ৰ উপলব্ধ:

চাকৰি প্ৰত্যাশীসকলৰ সুবিধাৰ্থে ৩ জানুৱাৰৰ পৰা TET Cum Recruitment Testৰ প্ৰৱেশ পত্ৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ নিৰ্দিষ্ট ৱেবচাইটত উপলব্ধ হ’ব।

 

পৰীক্ষাৰ বিশেষ তথ্য:

 

নতুন তাৰিখ: ১৯ জানুৱাৰী, ২০২৫

 

প্ৰৱেশ পত্ৰ: উপলব্ধতাৰ আৰম্ভণি ৩ জানুৱাৰী, ২০২৫

পাঠ্যক্ৰম: অংক বিষয় অন্তৰ্ভুক্ত।

চাকৰি প্ৰত্যাশীসকলক পৰীক্ষাৰ বাবে সাজু হোৱাৰ আহ্বান জনোৱা হৈছে আৰু সময়মতে প্ৰৱেশ পত্ৰ ডাউনলোড কৰিবলৈ অনুৰোধ কৰা হৈছে।

 

  • Related Posts

    • Current
    • June 21, 2025
    • 3 views
    • 2 minutes Read
    BTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa

    Telegram

    TelegramTweetBTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa   Furthering the Bodoland Territorial Region (BTR) administration’s commitment to ensuring sustainable and gainful employment across…

    • Current
    • June 21, 2025
    • 3 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    Leave a Reply

    Your email address will not be published. Required fields are marked *