বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ

বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ   গোৰেশ্বৰ-২নৱেম্বৰঃ   বিটিআৰত আৰম্ভ হৈছে দুঃসাহসিক ক্ৰীড়া ৰাফ্টিং আৰু মটৰ ৰাইড চেম্পিয়নশ্বিপ। তিনিদিনীয়া কাৰ্যসূচীৰে বগামাটিত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা।…

বগামাটিত অহা ১ পৰা ৩ নবেম্বৰলৈ অনুষ্ঠিত হ’ব চতুৰ্থ তম বৰনদী ৰাইডাৰ্ছ মিট ২০২৪।

গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে বডোলেণ্ড টুৰিজিম, এভিডিচি, গুৱাহাটীৰ সহযোগত তামুলপুৰ জিলাৰ বগামাটিত অহা ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব বৰনাদী ৰাইডাৰ্ছ মিট ২০২৪’ৰ চতুৰ্থ সংস্কৰণৰ । আয়োজন সমিতিয়ে ৰাইজৰ…

অহা ৮ নবেম্বৰ পৰা তামুলপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম আন্ত: জিলা পুৰুষ মহিলা (চিনিয়ৰ)খো- খো প্ৰতিযোগিতা।

অসম খো-খো সন্থাৰ তত্বাৱধানত আৰু তামুলপুৰ জিলা খো-খো সন্থাৰ সহযোগত তামুলপুৰ জিলাৰ কচুবাৰী ক্ৰীড়া সংঘৰ উদ্যোগত ১৮ সংখ্যক সদৌ অসম আন্তঃজিলা পুৰুষ-মহিলা (চিনিয়ৰ) খো খো প্রতিযোগিতাখনি অহা ৮, নবেম্বৰৰ পৰা…

শীঘ্ৰেই খেল মহাৰণ ২.০ প্ৰতিযোগিতা

অসম চৰকাৰে পুনৰ আৰম্ভ কৰিবলৈ লৈছে খেল মহাৰণ ২.০ৰ প্ৰতিযোগিতা। প্ৰতিযোগীসকলে ৭টা ক্ৰীড়া শাখাত শ্রেষ্ঠত্ব অর্জনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিব। প্রায় ২ সপ্তাহ বাকী থকা অৱস্থাত ৫৩ লাখৰো…