ৰোগী নোচোৱাকৈ ৰোগীজন ভাল হ’ব বুলি কোৱা ডাক্টৰ গৌৰৱ গগৈ— মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

Telegram

ৰোগী নোচোৱাকৈ ৰোগীজন ভাল হ’ব বুলি কোৱা ডাক্টৰ গৌৰৱ গগৈ— মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

 

আমি ৰোগী চাই মেলি চিকিৎসা কৰি থৈ দিছো। আমি জানো ৰোগীজন ভাল হ’ব।

 

গৌৰৱ গগৈ বিটিআৰত আহি নোপোৱাকৈ কংগ্ৰেছ দলে বিটিআৰ দখল কৰিম বুলি কোৱাটো ____ ৰোগী নোচোৱাকৈ ৰোগীজন ভাল হ’ব বুলি কৈ দিয়াৰ নিচিনা বুলি কটাক্ষ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

 

বাৰিষা কালত যেনেদৰে ভেকুলীবোৰ ওলাই ঠিক তেনেদৰে নিৰ্বাচন আহিলে কংগ্ৰেছ দল ওলাই আহে ————- মন্ত্ৰী ৰঞ্জিত

 

তামুলপুৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাৰ সৈতে মতবিনিময়ৰ পিছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰাৰ লগতে আগন্তুক বিটিচি নিৰ্বাচনত বেজেপি দলে অকলে নিৰ্বাচন খেলিব বুলি কয়।

  • Related Posts

    নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :

    Telegram

    TelegramTweetনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা : তামুলপুৰ , ১৬ ছেপ্টেম্বৰ : অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হব…

    গোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ

    Telegram

    TelegramTweetগোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ গোৰেশ্বৰ, ১৫ ছেপ্টেম্বৰঃ   বিটিআৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্কালে গোৰেশ্বৰত অনুষ্ঠিত ব্লক কংগ্ৰেছৰ নিৰ্বাচনী সভাত আজিৰ দিনটোত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *