🔴 ৯ জুলাইত ৰাজপথত নুঘূৰিব বাহনৰ চকা
দেশজুৰি ২৪ ঘণ্টীয়া **’চকাবন্ধ’**ৰ আহ্বান
ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহে ৯ জুলাইত ২৪ ঘণ্টীয়া ৰাষ্ট্ৰীয় চকাবন্ধৰ আহ্বান জনাইছে। এই প্ৰতিবাদমূলক কাৰ্যসূচীটোৰ লক্ষ্য হৈছে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিবোৰৰ বিৰুদ্ধে আওয়াজ তোলা আৰু শ্ৰমিক–কৰ্মচাৰীস্বার্থ ৰক্ষা কৰা।
🚛 চকাবন্ধ কাৰ্যসূচীৰ মূল দিশসমূহ:
▪️ যানবাহন চলাচল বন্ধৰ সম্ভাৱনা
▪️ ব্যৱসায়িক আৰু পৰিবহণ ক্ষেত্ৰত প্ৰভাৱ
▪️ চৰকাৰী/বেছৰকাৰী প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰিব
📢 দাবীসমূহৰ ভিতৰত আছে:
নতুন শ্রম বিধি বাতিল
নূন্যতম দৰমহা, পেঞ্চন নিশ্চিতকৰণ
বেচনিীকৰণৰ নীতিৰ প্ৰতিবাদ
কনট্ৰাক্ট আৰু আউটচৰ্চ কৰ্মচাৰী সকলৰ অধিকাৰ ৰক্ষা
জনসাধাৰণক আহ্বান জনোৱা হৈছে যাতে সচেতনভাৱে সহায় সহযোগিতা আগবঢ়ায়, লগতে অত্যাৱশ্যকীয় সেৱাসমূহে যেন বিঘ্ন নঘটে সেয়া নিশ্চিত কৰাৰ দাবী কৰা হৈছে।
📍 অধিক তথ্য আৰু স্থানীয় পৰিবহণ ব্যৱস্থাৰ অৱস্থাৰ বিষয়ে জানিবলৈ স্থানীয় প্ৰশাসনিক বিভাগ বা সংগঠনৰ ঘোষণাৰ অপেক্ষা কৰক।