সৰভোগৰ জামাদাৰ বড়ী AR ENGLISH ACADEMY ‘ বিদ্যালয়ত বাৰ্ষিক বিদ্যালয় সপ্তাহ উদযাপন।

Telegram

সৰভোগৰ জামাদাৰ বড়ী AR ENGLISH ACADEMY ‘ বিদ্যালয়ত বাৰ্ষিক বিদ্যালয় সপ্তাহ উদযাপন”

ছাত্ৰ – ছাত্ৰীৰ প্ৰতিভা বিকাশৰ অন্যতম স্থলী বিদ্যালয় জামাদাৰ বড়ীʼৰ আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় AR ENGLISH ACADEMY বিদ্যালয়ʼʼ ২০১৭ চনত স্থাপিত বিদ্যালয়খনত যোৱা ১৯ নৱেম্বৰʼৰ পৰা ২৩ নৱেম্বৰ,লৈ ৫ দিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক সপ্তাহ উদযাপন কৰা হয়।আজি অন্তিম দিনা বঁটা বিতৰণী আৰু মুকলি অধিৱেশন অনুষ্ঠিত কৰা হয় । যোৱা চাৰি দিন ছাত্ৰ- ছাত্ৰী সকলে দেখুওৱা প্ৰতিভা সমূহৰ বাবে তেওঁলোকক উৎসাহিত কৰিবৰ বাবে বা উৎসাহিত কৰিবলৈ বঁটা প্ৰদান কৰা হয়। মুকলি সভাত বিশিষ্ট অতিথি সকলক সম্বৰ্ধনা জনোৱা হয়, লগতে বিশিষ্ট অতিথি সকলে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যে বিভিন্ন ধৰণৰ ভাষণ প্ৰদান কৰে। সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হয় বিদ্যালয়ৰ চৌপাশ । লগতে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী ছাত্ৰ – ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে।

  • Related Posts

    • Current
    • September 13, 2025
    • 4 views
    • 1 minute Read
    সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    Telegram

    TelegramTweetসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বক্তব্যত অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰিলে। বক্তৃতাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত *“অগ্নি যুগৰ…

    • Current
    • September 13, 2025
    • 4 views
    • 1 minute Read
    গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ

    Telegram

    TelegramTweetগৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয় : অখিল গগৈ   মিত্ৰতাৰ সন্দৰ্ভত APCC সভাপতি গৌৰৱ গগৈৰ উত্তৰৰ প্ৰতি কটাক্ষ কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *