শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ

Telegram

শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ

 

বিটিআৰ নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থাকোঁতেই প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আৰম্ভ কৰিছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।

 

২৯ নং শুক্লাইচেৰফাং  পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰী সমষ্টিৰ প্ৰতিটো চুক চাপৰি পৰিদৰ্শন কৰি জনসভা আৰু সমিতি অনুষ্ঠিত কৰিছে।

 

প্ৰাৰ্থী গৰাকীয়ে প্ৰতিটো সমাবেশত জনগণক আহ্বান জনাই কয় —

👉 “সম উন্নয়ন আৰু সম অধিকাৰ নিশ্চিত কৰিবলৈ ২২ ছেপ্টেম্বৰত টেক্টৰ ছবিত ভোট দিয়ক।”

 

ইয়াৰে সৈতে প্ৰদীপ নাৰ্জাৰীয়ে ৰাইজক ইউপিপিএলৰ লক্ষ্য আৰু আগ্ৰহবোৰ জনাই সমষ্টিত নিজৰ সমৰ্থন বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

  • Related Posts

    বিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

    Telegram

    TelegramTweetবিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।     বিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰীৰ বাসগৃহত যোৱা নিশা উপস্থিত…

    Election Strategy Meeting with UPPL Workers and Candidates

    Telegram

    TelegramTweetElection Strategy Meeting with UPPL Workers and Candidates   BTR ৰ ২৬ নং দৰঙাজুলী সমষ্টিত UPPL ৰ কর্মী আৰু প্ৰাৰ্থীৰে নিৰ্বাচনী ৰণকৌশলৰ বিষয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে বিটিআৰ প্ৰধান…

    Leave a Reply

    Your email address will not be published. Required fields are marked *