শিক্ষানুষ্ঠানত লাইব্ৰেৰী কাৰ্যকলাপ সন্দৰ্ভত টাটা ট্ৰাষ্টৰ শিক্ষক প্ৰশিক্ষণ ৷ 

Telegram

শিক্ষানুষ্ঠানত লাইব্ৰেৰী কাৰ্যকলাপ সন্দৰ্ভত টাটা ট্ৰাষ্টৰ শিক্ষক প্ৰশিক্ষণ ৷

 

 

 

টাটা ট্ৰাষ্টৰ অধীনৰ তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত চি এফ এল কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা শিক্ষানুষ্ঠানত লাইব্ৰেৰীৰ কাৰ্যকলাপ আৰু ছাত্ৰ-ছাত্ৰী সকলক কেনেকৈ কিতাপৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি লগতে গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবলৈ এই দুদিনীয়া শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় ৷ ফাউন্ডেচন লিটাৰেছী এণ্ড নিউমেৰেছী শীৰ্ষক এই প্ৰশিক্ষণত তামুলপুৰ ১৫০ গৰাকী প্ৰধান শিক্ষকৰ লগতে সহকাৰী শিক্ষকে প্ৰশিক্ষণ লয়।

তামুলপুৰ ছোৱালী হাইস্কুলত প্ৰাংগণত অনুষ্ঠিত প্ৰশিক্ষণত শিক্ষক শিক্ষয়িত্ৰীৰ মাজত বিদ্যালয়ত কি দৰে পুথিভঁৰাল পৰিচালনা কৰিব লাগে তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়৷ প্ৰশিক্ষণত টাটা ট্ৰাষ্টৰ ভাষা সমন্বয়ক মৌচুমী হালৈয়ে সমল ব্যাক্তি হিচাপে অংশ গ্ৰহন কৰে ৷ প্ৰশিক্ষণটো বড়ো আৰু অসমীয়া মাধ্যমত দিয়া হয় ৷

  • Related Posts

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন

    Telegram

    TelegramTweetঅসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন ================================ , তামুলপুৰ ১৯ জুন ::   অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত আৰু তামুলপুৰ মহকুমা ৰঙালী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *