
মৰিচাছৰ সৰ্বোচ্চ বঁটা লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰথমগৰাকী ভাৰতীয় হিচাপে সন্মান লাভ
এই সন্মান লাভ কৰা মোদী প্ৰথমগৰাকী ভাৰতীয় নেতা। মরিচাছ-ভাৰত বন্ধুত্ব, আঞ্চলিক সহযোগিতা, আৰু দ্বীপৰাষ্ট্ৰখনৰ বিকাশত তেওঁৰ বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হৈছে।
মোদীৰ ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান
প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া
সন্মান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মরিচাছৰ চৰকাৰ আৰু জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কৈছে, “এই সন্মান শুধুমাত্র মোৰ নহয়, ই ভাৰতীয় জনতাৰ তথা ভাৰত-মৰিচাছ বন্ধুত্বৰ প্রতিফলন।”
ভাৰত-মৰিচাছ বন্ধুত্ব আৰু সহযোগিতা
ভাৰত আৰু মরিচাছৰ মাজৰ সম্পৰ্ক ঐতিহাসিকভাৱে দৃঢ়। উন্নয়নমূলক প্ৰকল্প, বাণিজ্য, বিনিয়োগ, আৰু সাংস্কৃতিক বন্ধনত দুয়োটা দেশৰ সম্পৰ্ক ক্ৰমে শক্তিশালী হৈ আহিছে।
প্ৰধানমন্ত্ৰীৰ এই সন্মান লাভ ভাৰত-মৰিচাছ কূটনৈতিক সম্পৰ্কৰ বাবে এটা বিশেষ মাহাত্ম্য বহন কৰে।