মঙলদৈ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (NAAC)ৰ দ্বাৰা ‘A’ গ্ৰেড লাভ কৰিবলৈ সমৰ্থ হৈছে।

Telegram

মঙলদৈ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (NAAC)ৰ দ্বাৰা ‘A’ গ্ৰেড লাভ কৰিবলৈ সমৰ্থ হৈছে।

এই গৌৰৱান্বিত সফলতাৰ খবৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা. ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে সদৰি কৰি মহাবিদ্যালয়খনক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

 

তেওঁ কৈছে, এই সফলতাই মঙলদৈ মহাবিদ্যালয়ৰ শিক্ষাৰ উৎকৰ্ষ সাধন আৰু সামগ্ৰিক বিকাশৰ প্ৰতি নিষ্ঠাবান প্ৰচেষ্টাক প্ৰতিফলিত কৰে। শিক্ষা ক্ষেত্ৰত এনে উন্নতিৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ আন্তৰিক পৰিশ্ৰমৰ ফল বুলি তেওঁ মন্তব্য কৰে।

 

উল্লেখযোগ্য যে NAACৰ দ্বাৰা ‘A’ গ্ৰেড লাভ কৰাটো উচ্চ শিক্ষাৰ মানৱিক গুণগত উন্নতিৰ এক উল্লেখযোগ্য পৰ্যায়। এই ক্ষেত্ৰত মঙলদৈ মহাবিদ্যালয়ে ৰাজ্যৰ অন্য শিক্ষানুষ্ঠানসমূহৰ বাবে আদৰ্শ ৰূপে দাঙি ধৰিব পাৰে।

 

  • Related Posts

    তামুলপুৰত নামঘৰত দুৰ্বৃত্তৰ তাণ্ডৱ – ৰূপৰ অলংকাৰ উদ্ধাৱ 🕯️

    Telegram

    TelegramTweet🔴 তামুলপুৰত নামঘৰত দুৰ্বৃত্তৰ তাণ্ডৱ – ৰূপৰ অলংকাৰ উদ্ধাৱ 🕯️   তামুলপুৰ জিলাৰ দক্ষিণ তেতেলিগুৰি অঞ্চলত থকা এটা পবিত্ৰ নামঘৰত নিশা দুৰ্বৃত্তই সংঘটিত কৰিলে লাজলজীয়া ঘটনা।   🔸 নিশা নামঘৰত…

    মহানগৰীৰ দক্ষিণগাৱত ড্ৰাগছ জব্দ – আটক এজন সৰবৰাহকাৰী 🔴

    Telegram

    TelegramTweet🔴 মহানগৰীৰ দক্ষিণগাৱত ড্ৰাগছ জব্দ – আটক এজন সৰবৰাহকাৰী 🔴 মহানগৰীত ড্ৰাগছ বিৰোধী অভিযানৰ অংশস্বৰূপে দক্ষিণগাৱ অঞ্চলত এক গুৰুত্বপূর্ণ সফলতা লাভ কৰিছে আৰক্ষীয়ে।   👉 ১৯ পেকেট চাবোন ভৰ্তি ড্ৰাগছ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *