পঞ্চায়ত নিৰ্বাচনত প্ৰয়োজন হ’ব ১২ নথি পত্ৰৰ

  • Current
  • December 28, 2024
  • 0 Comments
Telegram

পঞ্চায়ত নিৰ্বাচনত প্ৰয়োজন হ’ব ১২ নথি পত্ৰৰ

 

পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত নতুন ঘোষণা কৰা হৈছে। এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰাৰ্থীসকলক ১২ বিধ নথি জমা দিব লাগিব। লগতে বিশেষ যোগ্যতাৰ প্ৰমাণপত্ৰ দাখিল কৰাও বাধ্যতামূলক।

 

সদ্য ঘোষিত নিয়মৰ অধীনত, প্ৰাৰ্থীৰ শিক্ষাগত যোগ্যতা, স্থায়ী বাসস্থানৰ প্ৰমাণ, আয়ৰ উৎস, আৰু সম্পত্তিৰ তথ্যসহ একাধিক নথি দাখিল কৰিব লাগিব। এই নতুন নিয়মসমূহৰ উদ্দেশ্য হৈছে নিৰ্বাচনৰ প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু দায়িত্বশীল কৰা।

 

পঞ্চায়ত নিৰ্বাচনৰ সময়সূচী জানুৱাৰীৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ’ব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিছে। নিৰ্বাচনসমূহ ফ্ৰেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

 

 

  • Related Posts

    • Current
    • June 20, 2025
    • 5 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 3 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *