নিশা বিভিন্ন স্থানত দিছপুৰ আৰক্ষীৰ অভিযান গুৱাহাটীৰ দিছপুৰ আৰক্ষীৰ নেতৃত্বত নিশা বিভিন্ন স্থানত এক বিশেষ অভিযান চলোৱা হয়।

Telegram

👉 নিশা বিভিন্ন স্থানত দিছপুৰ আৰক্ষীৰ অভিযান

গুৱাহাটীৰ দিছপুৰ আৰক্ষীৰ নেতৃত্বত নিশা বিভিন্ন স্থানত এক বিশেষ অভিযান চলোৱা হয়।

 

👉 আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, এই অভিযানত অসামাজিক কাম-কাজত জড়িত কেইবাগৰাকী মানুহক আটক কৰা হৈছে।

 

👉 ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত চলা এই অভিযানত মুঠ ২৩ জনক আটক কৰিবলৈ সক্ষম হয় দিছপুৰ আৰক্ষী।

 

👉 আটক হোৱা লোকৰ ভিতৰত ৪ গৰাকী মহিলা আৰু ১৯ গৰাকী ব্যক্তি অন্তৰ্ভুক্ত।

 

👉 আৰক্ষীয়ে জনোৱা মতে, সমাজত শৃঙ্খলা ভংগ কৰি চলা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

 

👉 এতিয়া আটকৰ পৰা প্ৰয়োজনীয় আইনী পদক্ষেপ গ্ৰহণ কৰি আৰক্ষীয়ে তদন্ত আগবঢ়াইছে।

 

#DispurPolice #AssamPolice #BreakingNews

  • Related Posts

    Illegal Immigrant Detection & Pushbacks Now Faster in Assam

    Telegram

    TelegramTweetIllegal Immigrant Detection & Pushbacks Now Faster in Assam   The Assam Government has announced stricter measures to curb illegal immigration with swifter detection and expulsion procedures.   Under the…

    RPF of NFR sizedContraband Items (Ganja) worth above Rs 6.20 Lacs

    Telegram

    TelegramTweetRPF of NFR sizedContraband Items (Ganja) worth above Rs 6.20 Lacs Also apprehended 03 females & one male involved in its Smuggling   Maligaon, 10th September, 2025:   The Railway…

    Leave a Reply

    Your email address will not be published. Required fields are marked *