
🍌 নাগালেণ্ডৰ ১৫ ইঞ্চিৰ কল গিনিছ বুকট নাম পাবলৈ সক্ষম হৈছে!
নাগালেণ্ডৰ ৱোখা জিলাৰ মুংগ্যানফেন বাঘ্টি ভেলীত উৎপাদিত ১৫ ইঞ্চিৰ এটা বৃহৎ কল এতিয়া বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। স্থানীয় কৃষক এন. চান্থুঙো ঙুল্লিয়ে উৎপাদন কৰা এই দীৰ্ঘকায় কল বিধ বৰ্তমানৰ গিনিছ ৰেকৰ্ডৰ (১২ ইঞ্চি) উলংঘলন কৰিবলৈ সাজু।
🗓️ ৮ জুলাই তাৰিখে এই কলখন সংগ্ৰহ কৰা হয় আৰু এতিয়া গিনিছত দাখিলৰ বাবে চৰকাৰীভাৱে পৰীক্ষা আৰু নথিভুক্তিৰ প্ৰক্ৰিয়া চলিছে।
বাঘ্টি ভেলী ODOP (One District One Product) আঁচনিৰ অধীনত কল উত্পাদনৰ বাবে পৰিচিত। এইবাৰ সেই উপত্যকাই হয়তো তেওঁলোকৰ আটাইতকৈ ঐতিহাসিক ফল দান কৰিছে!
🌿 নাগালেণ্ড আৰু উত্তৰ-পূৱ ভাৰতৰ কৃষি ক্ষেত্ৰৰ বাবে গৌৰৱৰ খবৰ।
#Nagaland #GuinnessWorldRecord #ODOP #Wokha #15InchBanana #NorthEastPride #AgricultureSuccess #AssameseNews #IncredibleIndia