দৰঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি

Telegram

দৰঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি

 

আজিকে দৰঙ জিলা ঐতিহাসিক দিনৰ সাক্ষী হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজিৰ দিনটোত দৰঙত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী গৰাকীয়ে বিভিন্ন উন্নয়নমূলক পৰিয়োজনাৰ শুভাৰম্ভ আৰু উদ্ধোধন কৰে।

 

প্ৰধানমন্ত্ৰীৰ এই দৰঙ জিলা পৰিদৰ্শন কেন্দ্র কৰি সমগ্ৰ জিলা খনতেই ইতিমধ্যেই উল্লাস আৰু সজাগতা লক্ষ্য কৰা গৈছে। বিভিন্ন স্থানত প্ৰধানমন্ত্ৰী গৰাকীক স্বাগতম জনোৱাৰ বাবে ৰঙীন গেট, পতাকা আৰু আলোক সজ্জাৰে সজোৱা হৈছে।

 

প্ৰধানমন্ত্ৰী গৰাকীৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্রীয় মন্ত্ৰী, ৰাজ্যৰ মন্ত্রী মণ্ডলৰ সদস্যসকলে উপস্থিথ থাকিব বুলি আশা কৰা হৈছে। নিৰাপত্তা ব্যৱস্থাও কত কতিয়া কৰা হৈছে।

 

প্ৰধানমন্ত্ৰী গৰাকীয়ে দৰঙবাসীৰ বাবে বিশেষ ঘোষণা আৰু চৰকাৰৰ উন্নয়ন নীতি সম্বন্ধে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

 

👉 আজিৰ মোদীৰ এই দৰঙ জিলাত উপস্থিতিতে সমগ্ৰ অসমবাসীৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হিচাপে গণ্য হ’ব।

  • Related Posts

    প্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসী

    Telegram

    TelegramTweetপ্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসী   দৰঙত আজিৰ দিনটো ঐতিহাসিক হ’ব বুলি আশাবাদী স্থানীয়বাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰং সফৰৰ লগত জুৰি গৈ আছে উন্নয়নৰ এক নতুন দিশ। আজিৰ এই…

    মহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনা

    Telegram

    TelegramTweetমহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনা   নিশা গুৱাহাটী মহানগৰীৰ জুৰিপাৰ অঞ্চলত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এটা বেগী ট্ৰাকে এটা বাইকত মহটিয়াই নিয়াৰ ফলত ভয়ংকৰ ঘটনা ঘটে।   প্ৰত্যক্ষদৰ্শীৰ বক্তব্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *