তামুলপুৰ জিলাৰ ভাৰত-ভুটান সীমান্তৰ পাটকীজুলীত অনুষ্ঠিত হ’ল বিধানসভাৰ স্পট ষ্টাডি ট্যুৰ

Telegram

তামুলপুৰ জিলাৰ ভাৰত-ভুটান সীমান্তৰ পাটকীজুলীত অনুষ্ঠিত হ’ল বিধানসভাৰ স্পট ষ্টাডি ট্যুৰ

তামুলপুৰ জিলাৰ পাটকীজুলিৰ — ভুটান সীমান্তৰ শুকানজুলি ফায়াৰিং ৰেঞ্জৰ বিষয়ে গুৰুত্বপূৰ্ণ অধ্যয়ন কাৰ্যসূচী হাতত লৈছে ভাৰত চৰকাৰৰ গৃহ বিভাগ, অসম বিধানসভা, আৰু DRC on Development (B) বিভাগসমূহে।

 

এই অধ্যয়ন যাত্ৰা অনুদান নং-১৪ৰ অধীনত ২২ নং প্ৰতিবেদনৰ পৰামৰ্শ নং ২ অনুসৰি অনুষ্ঠিত হয়, য’ত শুকানজুলি ফায়াৰিং ৰেঞ্জৰ সামাজিক, পৰিবেশগত আৰু বিকাশমূলক দিশসমূহ গভীৰভাৱে পৰ্যালোচনা কৰা হয়।

 

আজিৰ দিনৰ ১২ বজাত ৬৪ নং বেটেলিয়ন এছ এছ বি (SSB)-ৰ কমাণ্ডেণ্টে পাটকীজুলি কেম্পত এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰে। সভাত বিধানসভাৰ প্রতিনিধি দল, উন্নয়ন বিভাগৰ বিষয়া, স্হানীয় অধিবাসীসকল আৰু সীমান্ত সুৰক্ষা বাহিনীৰ কৰ্তৃপক্ষসকল উপস্হিত থাকে।

 

এই ধৰণৰ স্পট ষ্টাডি ট্যুৰৰ মূল উদ্দেশ্য হৈছে শুকানজুলি অঞ্চলৰ সামৰিক কাৰ্যকলাপৰ প্ৰভাৱ আৰু অঞ্চলটোৰ স্হানীয় জনসাধাৰণৰ ওপৰত ইয়াৰ পৰিস্হিতিগত প্ৰভাৱ বিশ্লেষণ কৰা। লগতে সীমান্তৰ উন্নয়ন, সুৰক্ষা আৰু বাসিন্দাসকলৰ কল্যাণৰ বাবে সম্ভাৱ্য পৰামৰ্শসমূহ সংগ্ৰহ কৰা।

 

বিধানসভাৰ এই ধৰণৰ পন্থাই উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত এক দৃষ্টান্ত স্হাপন কৰি তুলিছে, য’ত নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত স্থান পৰিদর্শনৰ জৰিয়তে প্ৰাক-সমীক্ষা আৰু জনমত সংগ্ৰহ কৰা হয়।

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 2 minutes Read
    11th International Yoga Day Celebrated in Tamulpur*

    Telegram

    TelegramTweet*11th International Yoga Day Celebrated in Tamulpur* *Tamulpur, 21 June 2025* : The 11th International Yoga Day was celebrated today at the Mahaprabhu Sri Sri Gopal and Jagannath Than Satra…

    HCM Dr. Himanta Biswa Sarma Pays Tribute to Bhagwan Birsa Munda in Baksa

    Telegram

    TelegramTweetHCM Dr. Himanta Biswa Sarma Pays Tribute to Bhagwan Birsa Munda in Baksa Today, during his visit to Baksa district, Hon’ble Chief Minister Dr. Himanta Biswa Sarma paid a solemn…

    Leave a Reply

    Your email address will not be published. Required fields are marked *