তামুলপুৰ উপপ্ল ৰেলী : প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে গয়বাৰীত উৎসৱমুখৰ সমাগম

Telegram

 

তামুলপুৰ উপপ্ল ৰেলী : প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে গয়বাৰীত উৎসৱমুখৰ সমাগম

 

UPPL দলৰ প্ৰথম খন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে গয়বাৰীত অনুষ্ঠিত হ’ল এক বিশাল প্ৰচাৰ ৰেলী। এই ৰেলীৰ নেতৃত্ব দিয়ে বিটিআৰ প্ৰধান তথা UPPL সভাপতি প্ৰমোদ বড়োৱে।

 

প্ৰচাৰ ৰেলীত মন্ত্ৰী ইউজি ব্ৰহ্ম, বিধায়ক জলেন দৈমাৰী, লগতে বিভিন্ন শাখাৰ নেতা-কর্মী উপস্থিত থাকে। স্থানীয় জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণে ৰেলীটোক এক উৎসৱমুখৰ পৰিৱেশ প্ৰদান কৰে।

 

প্ৰচাৰ সভাত ভাষণ দি প্ৰমোদ বড়োৱে উল্লেখ কৰে যে –

“UPPLৰ ঘোষণা কৰা প্ৰাৰ্থী তালিকাখন উন্নয়ন আৰু শান্তিৰ প্ৰতিশ্ৰুতিৰে পূৰ্ণ। গয়বাৰীসহ সমগ্ৰ বিটিআৰ এখন শান্ত, উন্নত আৰু স্বনিৰ্ভৰ অঞ্চল হিচাপে গঢ় লৈ উঠিব।”

 

তেওঁ লগতে আহ্বান জনাই ক’লে, “দলীয় প্ৰাৰ্থীক বিপুল ভোটেৰে বিজয়ী কৰি তুলিবলৈ সকলে একতাবদ্ধ হৈ আগবাঢ়িব লাগে।”

 

👉 দলীয় শীৰ্ষ নেতৃত্বই আশা প্ৰকাশ কৰিছে যে আগন্তুক নিৰ্বাচনত গয়বাৰী অঞ্চলত UPPL প্ৰাৰ্থী বিপুল ভোটেৰে বিজয়ী হ’ব।

  • Related Posts

    নাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।

    Telegram

    TelegramTweetনাগ্ৰীজুলি সাপ্তাহিক বজাৰত দোকানে দোকানে প্ৰচাৰত নামিল বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস।   স্বাস্থ্য, শিক্ষা, যাতায়ত, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিম- ডাঃ উট্যম দাস।   ৯ ছেপ্টেম্বৰ-   বিটিচি…

    মৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়—

    Telegram

    TelegramTweetমৰিয়নিৰ ৰাজনীতি তীব্ৰমৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে। বিধায়কে স্পষ্টকৈ কয়— 🔹”মই জীয়াই থকালৈ মৰিয়নিৰ MLA মই।”   তেওঁ আরও কয়— 🔹”মই নিজে খেতি কৰিছো,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *