তামুলপুৰৰ ৰাজপথত ড্ৰাগছ বিৰোধী সজাগতা সমদল।

Telegram

তামুলপুৰৰ ৰাজপথত ড্ৰাগছ বিৰোধী সজাগতা সমদল।

 

@ সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত এই সমদল।

 

@তামুলপুৰ জিলা ছাত্ৰ সন্থা, জিলা উন্নতি সভা আৰু অসম সেনাৰ এই সমদল উলিওৱা হয়।

 

@তামুলপুৰ জিলা কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, অসম সাহিত্য সভা, এবছু, আৰছু, আক্ৰাছু, গোৰ্খা ছাত্ৰ সন্থাকে ধৰি কেবাটাও জাতীয় সংগঠনৰ সহযোগ এই সমদলত

 

সমদলকাৰী সকলে হাতে বেনাৰ পোষ্টাৰ লৈ ড্ৰাগছ বন্ধ কৰাৰ দাবীত তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।

 

তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা উলিওৱা সমদলটো ৰঙিয়া ভূটান ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ ঘগ্ৰাচ’কত সামৰণি পৰে।

  • Related Posts

    • Current
    • June 19, 2025
    • 2 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    • Current
    • June 19, 2025
    • 3 views
    • 1 minute Read
    জটিল ৰোগত আক্ৰান্ত কালাকুছি গাঁৱৰ পুলকেশ দাস ৷ ব্যায়বহুল চিকিৎসাসেৱা সৰ্বশ্ৰান্ত পৰিয়াল,ৰাইজৰ সহায়ৰ আহ্বান ৷

    Telegram

    TelegramTweetজটিল ৰোগত আক্ৰান্ত কালাকুছি গাঁৱৰ পুলকেশ দাস ৷ ব্যায়বহুল চিকিৎসাসেৱা সৰ্বশ্ৰান্ত পৰিয়াল,ৰাইজৰ সহায়ৰ আহ্বান ৷ তামুলপুৰঃ১৯ জুনঃ তামুলপুৰ জিলাৰ কালাকুছি গাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱক পুলকেশ দাস (৩৩) ৷ আজি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *