তামুলপুৰৰ কচুবাৰীত বিপিএফৰ যোগদান কাৰ্যসূচী।

Telegram

তামুলপুৰৰ কচুবাৰীত বিপিএফৰ যোগদান কাৰ্যসূচী।

 

তামুলপুৰ, ১৭ জুলাইঃ

 

বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ। সমষ্টিয়ে সমষ্টিয়ে বাঢিছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। বিপিএফ দলৰ মাজতো বৃদ্ধি হৈছে নিৰ্বাচনী তৎপৰতা। আজি তামুলপুৰৰ কচুবাৰীস্থিত বিষ্ণুপুৰী সেৱাশ্ৰমত বিপিএফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়। দলীয় নেতা মাধৱ দাসে

আঁত ধৰা অনুষ্ঠানটোত তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, তামুলপুৰ জিলা বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ বসুমতাৰী, যুৱ নেতা জিতেন মুছাহাৰী যোগেন বসুমতাৰীয়ে, ৰিংচাৰ বড়ো আদি কেইবাগৰাকীও নেতাই উপস্থিত থাকে। আজিৰ এই সভাতেই বিপিএফৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি জি এছ পি আৰু ইউপিপিএল দলৰ পৰা শতাধিক লোকে আজি বিপিএফ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। আজি যোগদান কৰা সকলক বিপিএফ দলৰ তৰফৰ পৰা দলীয় ভাৱে উষ্ম আদৰণি জনায়।

  • Related Posts

    • Current
    • September 14, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *