তামুলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ।

Telegram

তামুলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ।

 

জাতিৰ প্ৰমান পত্ৰ প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ।

 

শৰণীয়া কছাৰী সকলৰ জাতিগত প্ৰমাণ পত্ৰৰ Digitallalization আৰু Annexure- 6ৰ ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হৈ অহাৰ বাবে সাব্যস্ত কৰা হয় প্ৰতিবাদ।

 

প্ৰতিবাদকাৰী সকলে জাতিগত প্ৰমাণ পত্ৰ শীঘ্ৰেই প্ৰদান কৰক, ট্ৰাইবেল‌ সংঘৰ মইমতালি নচলিব, শৰণীয়া কছাৰী ছাত্ৰ সন্থা জিন্দাবাদ, আমাক জনজাতিৰ প্ৰমান পত্ৰ প্ৰদান কৰক আদি শ্লোগানে উত্তাল হয় তামুলপুৰ আকাশ বতাহ।

 

শৰণীয়া কছাৰী সকলৰ জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত দেখুওৱা উদাসীনতাত ক্ষোভ প্ৰকাশ কৰে শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে।

 

প্ৰতিবাদকাৰীসকলে শৰণীয়া কছাৰী সকলৰ জাতিগত প্ৰমাণ পত্ৰৰ সমস্যা শীঘ্ৰেই সমাধান নকৰিলে ১০ দিনৰ ভিতৰত ট্ৰাইবেল সংঘত তলা লগোৱাৰ লগতে আগন্তুক বিটিআৰ আৰু বিধানসভা সভা নিৰ্বাচনত ভোট বৰ্জনৰৰ হুংকাৰ প্ৰদান কৰে।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *