তামুলপুৰত নিচাযুক্ত দ্ৰব্য দাহ”

  • Current
  • January 22, 2025
  • 0 Comments
Telegram

*তামুলপুৰত নিচাযুক্ত দ্ৰব্য দাহ”

 

*তামুলপুৰ, ২২ জানুৱাৰী, ২০২৫

 

আজি তামুলপুৰৰ বৰখাটা শ্মশানত “জিলা ড্ৰাগছ ডিছপ’জেল কমিটী”ৰ সদস্যসকলৰ উপস্থিতিত জিলাখনত বাজেয়াপ্ত কৰা নিচাযুক্ত সামগ্ৰী দাহ কৰা হয়। এই দাহ কাৰ্যত জিলাখনৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আয়ুক্ত, আবকাৰী বিভাগৰ উপ-অধীক্ষক, উপ-আৰক্ষী অধীক্ষক (হেড কোৱাৰ্টাৰ) আৰু বাক্সাৰ ড্ৰাগছ পৰিদৰ্শক উপস্থিত থাকে। দাহ কৰা সামগ্ৰীসমূহ হৈছে— গাঞ্জা ২০৭.৫৪৪ কেজি, হেৰ’ইন ২৪.১৫ গ্ৰাম, টেবলেট ৮,৫২২টা, কেপছুল ২,০২৩টা, ব্ৰাউন ছুগাৰ, ৫.১৩ গ্ৰাম, ছীৰাপ ৩৬৮ বটল। উল্লেখযোগ্য যে দ্ৰব্যখিনিৰ মূল্য ১,৬৪,৯২,৯০০ টকা।

 

*******************

The following seized NDPS items were destroyed in Tamulpur District today, i.e., on 22/01/2025 in presence of all the members of District Drugs Disposal Committee headed by the Chairman (Supdt of Police), ADC Tamulpur, Deputy Superintendent of Excise, Dy SP Hq and Drugs Inspector Baksa at Borkhata Cremation ground:-

 

1) Ganja: 207.544 kg.

2) Heroin: 24.15 grams

3)Tablets-8522 numbers.

4) Capsule -2023 numbers.

5) Brown Suger- 5.13 grams

6) Syrup-368

bottles.

The total value of destroyed Drugs is ₹ 16492900/-

  • Related Posts

    • Current
    • June 20, 2025
    • 9 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 7 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *