তামুলপুৰত দিব্যংগ লোকক সাহায্য সামগ্ৰী বিতৰন

  • Current
  • December 4, 2024
  • 0 Comments
Telegram

তামুলপুৰত দিব্যংগ লোকক সাহায্য সামগ্ৰী বিতৰন

তামুলপুৰঃ৪ ডিচেম্বৰঃ

অক্ষম ব্যক্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস

উপলক্ষে আজি তামুলপুৰত মহিলা আৰু শিশু উন্নয়ন বিভাগ, জিলা প্ৰশাসন, তামুলপুৰৰ সহযোগতঅক্ষম ব্যাক্তি সকলৰ মাজত আজি সাহায্য সামগ্ৰী বিতৰন কৰা হয় । তদুপলক্ষে আজি তামুলপুৰ আইচিডিএছ কাৰ্যালয় চৌহদত এখন সভা অনুষ্ঠিত হয়। সভাত তামুলপুৰ জিলা ৰ অতিৰিক্ত আয়ুক্ত কবিতা ফাংচু বিটিআৰৰ দৰংগাজুলি সমষ্টিৰ পাৰিষদ বিজিৎ গৗৰা নাৰ্জাৰী,

তামুলপুৰ জিলা দীব্যাংগ সনথাৰ সভাপতি বৃহস্পতি বড়ো মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিষয়া ঈৰানী ঠাকুৰীয়া ,নাগ্ৰীজুলি মহিলা আৰু শিশু উন্নয়ন বিভিগৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া দুলুমনি দাস উপস্থিত থাকে। সভাতে জিলা খনৰ আঠ গৰাকী দিব্যাংগ লোকৰ মাজত ক্ৰমে হুইল চেয়াৰ,শ্ৰৱন যন্ত্ৰ,আৰু পেঙ ষ্টেণ্ড আদি সাহায্য সামগ্ৰী বিতৰন কৰা হয়। সভাখন পৰিচালনা কৰে মহিলা আৰু শিশু উন্নয়ন তামুলপুৰৰ কাৰ্যলয় সহায়ক দেবেন দাসে।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *