তামুলপুৰত কোকৰাঝাৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াৰ সংবাদ মেল 

Telegram

তামুলপুৰত কোকৰাঝাৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াৰ সংবাদ মেল 

 

তামুলপুৰ , ৯ জুলাই :

 

সদৌ অসম ট্ৰাইবেল সংঘই নিজৰ ব্যক্তিগত লাভৰ বাবে শৰণীয়া সকলক জনজাতি নহয় বুলি অভিহিত কৰিছে । এই গুৰুতৰ অভিযোগ কোকৰাঝাৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াৰ । তামুলপুৰ প্ৰেছ ক্লাৱত আজি দিনৰ ভাগত এখন সংবাদ মেল সম্বোধন কৰি সাংসদ শৰণীয়াই এই গুৰুতৰ অভিযোগ উত্থাপন কৰে । সংবাদ মেলখন সম্বোধন কৰি

ট্ৰাইবেল সংঘই শৰণীয়া সকলক জনজাতি নহয় বুলি অপমান কৰা বন্ধ কৰিবলৈ সকীয়াই দিয়ে । তেওঁ অতি আক্ষেপেৰে কয়

নৱ শৰণীয়াক যি দৰে প্ৰতিশোধ ললে শৰণীয়া কছাৰী সকলৰ ওপৰত তেনে প্ৰতিশোধ নলব। শৰণীয়া কছাৰী সকলৰ ওপৰত প্ৰতিশোধ ললে অনাগত দিনত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব। তেওঁ

ট্ৰাইবেল সংঘৰ পৰা নহয় , শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ জৰিয়তে জিলা আয়ুক্তই জনজাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও মন্তব্য কৰে । #

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *