তামুলপুৰত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনক “ধন্যবাদ জ্ঞাপন কাৰ্যসূচী” ৰূপায়ন

Telegram

তামুলপুৰত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনক

“ধন্যবাদ জ্ঞাপন কাৰ্যসূচী” ৰূপায়ন ৷

 

১৫ জুলাই :–

তামুলপুৰত মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কাৰ্যসূচী ৰূপায়ণ কৰি আজি আবেলি তামুলপুৰ জিলা বিজিপিৰ কাৰ্যালয়ৰ পৰা তামুলপুৰ ৰঙিয়া ৰাজপথত এক শোভাযাত্ৰা উলিওয় । ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ উদ্যোগত আৰু অসম প্ৰেমী নাগৰিক সমাজৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰাজ্যখনৰ চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল, জলাশয়, চৰণীয়া পথাৰ, ধাৰ্মিক, ঐতিহাসিক অঞ্চলসমূহ বেদখলমুক্ত কৰাৰ বাবে আজি অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি এক বিশাল পদযাত্ৰা উলিয়াই অসম চৰকাৰ জিন্দাবাদ, মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, আমাৰ মাতি আমাৰ প্ৰাণ আদি শ্লোগান দি তামুলপুৰৰ আকাশ বতাহ উত্তাল কৰি তোলাৰ লগতে মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। উক্ত কাৰ্যসূচীত ৰাজ্যিক বিজিপিৰ মুখপাত্ৰ দিলীপ শৰ্মা, তামুলপুৰ জিলা বিজিপিৰ সভাপতি ভিক্টৰ দাস, সম্পাদক ৰাজেশ বড়ো আৰু লক্ষী দাস, পাৰিষদ হেমন্ত ৰাভা, বিজিৎ গৌৰা নাৰ্জাৰী, প্ৰাক্তন পাৰিষদ বাসুদেৱ উপাধ্যায়,

মহিলা মৰ্চাৰ সভানেত্ৰী ভানু মজুমদাৰ, বিজেপি নেতা সোমনাথ বসুমতাৰী,

মৃদুল ব্ৰহ্ম,কে ধৰি জিলাখনৰ ছয়খন মণ্ডলৰ সভাপতি সম্পাদক প্ৰমুখ্যে সহস্ৰাধিক দলীয় নেতা কৰ্মী উপস্থিত থাকে ৷

  • Related Posts

    • Current
    • September 14, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *