গোৰেশ্বৰৰ বাঙালীপাৰাত প্ৰেৰণা সংস্থাৰ মানপত্ৰ বিতৰণ অনুষ্ঠান

Telegram

গোৰেশ্বৰৰ বাঙালীপাৰাত প্ৰেৰণা সংস্থাৰ মানপত্ৰ বিতৰণ অনুষ্ঠান

 

গোৰেশ্বৰ-১৫নৱেম্বৰঃ

 

পূৱ ডেফেলী আঞ্চলিক আগছু ভৱনত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হয় অনুষ্ঠানটি ৷

 

শিশু দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানতে কেইবাগৰাকী ছাত্ৰছাত্ৰীক বিতৰণ কৰে মানপত্ৰ ।

 

তামুলপুৰ জিলাৰ বাঙালীপাৰাত কম্পিউটা শিক্ষানুষ্ঠান প্ৰেৰণা সংস্থাৰ মানপত্ৰ বিতৰণ অনুষ্ঠান বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈ যায় ৷ প্ৰেৰণা সংস্থাৰ সঞ্চালক অমীৰ বচগাইৰ সঞ্চালনাত পূৱ ডেফেলী আঞ্চলিক আগছু ভৱনত অনুষ্ঠিত হয় অনুষ্ঠানটি ৷

infotech CEC ৰ তত্ত্বাৱধানতে প্ৰেৰণা সংস্থাই বিগত কেইবাবছৰো ধৰি বাঙালীপাৰা ,দৰঙ্গামেলা, কুমাৰীকাটা ,তামুলপুৰ আৰু নাগ্ৰীজুলিত কম্পিউটাৰ কেন্দ্ৰত ছাত্ৰছাত্ৰীক কম্পিউটাৰ শিক্ষা প্ৰদান কৰি আহিছে আৰু শিশু দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নৃত্য গীতৰ অনুষ্ঠানেৰে ছাত্ৰছাত্ৰীসকল মানপত্ৰসমুহ বিতৰণ কৰে ।

ইপিনে উক্ত অনুষ্ঠানত পূব ডেফেলী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি বিপ্লৱ ছিমৰীয়া,ইনফুটেক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ MD ৰাজু কলিতা,CEO অপুৰ্ব কলিতাৰ প্ৰেৰনা সংস্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷উল্লেখ যে উক্ত অনুষ্ঠানতে প্ৰেৰণা সংস্থাই বাঙালীপাৰাৰ আইনাল আলীক শ্ৰেষ্ঠ ছাত্ৰ সন্মানৰ মানপত্ৰ প্ৰদান কৰে ।

  • Related Posts

    তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

    Telegram

    TelegramTweet*তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*   *তামুলপুৰ, ২০ জুন, ২০২৫* :   অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *