গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু কৰ্কট হাস্পতালৰ কামৰ অগ্ৰগতি পৰ্যবেক্ষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • Current
  • December 15, 2024
  • 0 Comments
Telegram

গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু কৰ্কট হাস্পতালৰ কামৰ অগ্ৰগতি পৰ্যবেক্ষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে। ৫৮২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণাধীন এই চিকিৎসা মহাবিদ্যালয়খনৰ ইতিমধ্যে ৫২ শতাংশ কাম সম্পূৰ্ণ হৈছে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কাজৰ গতি আৰু মান নিৰীক্ষণ কৰে।

 

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, আগতকৈ এতিয়া কামত যথেষ্ট গতি আহিছে। অৱশ্যে তেওঁ কৌতুকৰ সুৰত কয়, “ইয়াতকৈ বেছি স্পীড হ’লে এক্সিডেণ্ট হৈ যায়।”

 

গোলাঘাট চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও তেওঁ আজি গোলাঘাট কৰ্কট হাস্পতালৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিও পৰ্যবেক্ষণ কৰে। এই পৰ্যবেক্ষণত তেওঁ নিৰ্মাণ সম্পন্নৰ সময়সূচী আৰু কাজৰ মানৰ বিষয়ে সন্তোষ প্ৰকাশ কৰে।

 

আসাম চৰকাৰৰ উন্নয়নমূলক প্রকল্পসমূহৰ অগ্ৰগতিৰ বিষয়ে সদায় বুজ লোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ এই পৰিদৰ্শনে চিকিৎসা খণ্ডত ৰাজ্যৰ উন্নয়নক এক নতুন দিশ দিয়াৰ সম্ভাৱনা প্ৰদান কৰিছে।

 

  • Related Posts

    • Current
    • June 21, 2025
    • 4 views
    • 2 minutes Read
    BTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa

    Telegram

    TelegramTweetBTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa   Furthering the Bodoland Territorial Region (BTR) administration’s commitment to ensuring sustainable and gainful employment across…

    • Current
    • June 21, 2025
    • 4 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    Leave a Reply

    Your email address will not be published. Required fields are marked *