ক্ষমতা আজি আছে কালি নাই – কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

  • Current
  • December 24, 2024
  • 0 Comments
Telegram

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এক উদাত্ত ভাষণত নিজৰ অভিমত ব্যক্ত কৰি কয় যে ক্ষমতা সদায়ে ক্ষণস্থায়ী। তেওঁ লগতে মন্তব্য কৰে যে ক্ষমতা আজি আছে, কালি নাথাকিব পাৰে, আৰু কেতিয়াও কোনো অহংকাৰ দেখুওৱা উচিত নহয়। তেওঁ উল্লেখ কৰে, “মন্ত্ৰী-বিধায়ক হোৱাৰ পিছত কেতিয়াও অহংকাৰী হ’ব নালাগে।”

সোণোৱালে স্পষ্টভাৱে কয় যে তেওঁ ক্ষমতাৰ মন্ত্ৰী হৈ থাকিব নিবিচাৰে। তেওঁ জনসাধাৰণৰ সেৱাৰ দিশে মনোনিৱেশ কৰাৰ বাবে চৰকাৰী পদলৈ অহংকাৰৰ দৃষ্টিৰে নাচায়। তেওঁ যিসময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল, তেও সমানুভূতি আৰু জনসেৱাৰ আদৰ্শৰে কাম কৰি আহিছে বুলি স্মৰণ কৰে।

তেওঁৰ এই বক্তব্য জনসাধাৰণৰ মাজত এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰি সতর্ক কৰে যে ক্ষমতাৰ অৱস্থান কেতিয়াও স্থায়ী নহয় আৰু জনসাধাৰণৰ সেবাৰ পৰা সৰাই নোযাব লাগে।

 

 

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    • Current
    • June 21, 2025
    • 3 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    Leave a Reply

    Your email address will not be published. Required fields are marked *