কুকি-মা উগ্ৰপন্থীয়ে ৬জন নিৰীহ লোকক নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদ কাছাৰৰ মাইতেয়ী মণিপুৰী সম্প্ৰদায়ে।

Telegram

কুকি-মা উগ্ৰপন্থীয়ে ৬জন নিৰীহ লোকক নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদ কাছাৰৰ মাইতেয়ী মণিপুৰী সম্প্ৰদায়ে।

 

ন্যায়ৰ বাবে এই ঘটনাৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে।

 

কাছাৰৰ মৈতেয়ী মণিপুৰী সম্প্ৰদায়ৰ ৰাইজে মহিলা-শিশুকে ধৰি ৬ জন লোকক নৃশংসভাৱে হত্যা কৰি নদীত পেলাই দিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দেওবাৰে শিলচৰৰ খুদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ তলত সমবেত হৈ মৃতকৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে, চাকি জ্বলাই এই ঘটনাক তীব্ৰ নিন্দা আৰু নিন্দা প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি থাকোঁতে তেওঁলোকে কয় যে কুকি আৰু মাৰ উগ্ৰপন্থীয়ে যিদৰে ধ্বংসলীলাত লিপ্ত হৈছে তাৰ বাবেই সীমান্ত অঞ্চলত বসবাস কৰা জনসাধাৰণে বৰ্তমান ভয়তে জীৱন কটাবলগীয়া হৈছে। লগতে ন্যায় নোপোৱালৈকে মৃতদেহ নিষ্কাশন নকৰে বুলিও জানিবলৈ দিয়ে। কাছাৰ-মণিপুৰ সীমান্তকে ধৰি সমগ্ৰ জিলাখনত কঠোৰ নিৰাপত্তা ব্যৱস্থা মোতায়েন কৰিবলৈ প্ৰশাসনক দাবী জনায়।

  • Related Posts

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন

    Telegram

    TelegramTweetঅসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন ================================ , তামুলপুৰ ১৯ জুন ::   অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত আৰু তামুলপুৰ মহকুমা ৰঙালী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *