উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি অনুষ্ঠিত হ’ব নিৰ্বাচন

Telegram

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি অনুষ্ঠিত হ’ব নিৰ্বাচন

 

NDA ৰ প্ৰাৰ্থী চি. পি. ৰাধাকৃষ্ণন বনাম বিৰোধীৰ প্ৰাৰ্থী বি. সুদৰ্শন ৰেড্ডী

 

দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হ’ব। NDA ৰ প্ৰাৰ্থী হিচাপে মহাৰাষ্ট্ৰৰ গৱৰ্ণৰ চি. পি. ৰাধাকৃষ্ণন প্ৰাৰ্থী হৈ অৱতীৰ্ণ হৈছে। অন্যফালে, বিৰোধী শিবিৰৰ প্ৰাৰ্থী হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি. সুদৰ্শন ৰেড্ডী।

 

সংসদীয় সদস্যসকলে আজি এই নিৰ্বাচনত ভোটদান কৰিব। ভোটদান প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতেই গণনা আৰম্ভ হ’ব আৰু ফলাফলো আজিহে প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে।

বিশ্লেষকসকলে কৈছে যে NDA ৰ সংখ্যাগত প্ৰাধান্যৰ বাবে চি. পি. ৰাধাকৃষ্ণনৰ বিজয় সম্ভাৱনা অধিক। যদিও, বিৰোধীৰ ঐক্যবদ্ধ প্ৰচেষ্টাই প্ৰতিযোগিতাক অধিক ৰোমাঞ্চকৰ কৰি তুলিছে।

  • Related Posts

    ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে চি. পি. ৰাধাকৃষ্ণণ নিৰ্বাচিত

    Telegram

    TelegramTweetভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে চি. পি. ৰাধাকৃষ্ণণ নিৰ্বাচিত   নতুন দিল্লী: দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ-ৰ সমৰ্থিত প্ৰাৰ্থী চি. পি. ৰাধাকৃষ্ণণ বিজয়ী হোৱাৰ সুখবৰ আহিছে। দেশজুৰি অনুষ্ঠিত হোৱা ভোট…

    নেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা

    Telegram

    TelegramTweetনেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা নেপালত হোৱা তীব্ৰ হিংসাত্মক প্ৰতিবাদত এতিয়ালৈকে কমেও ১৯ জন লোকৰ মৃত্যু আৰু ৩০০ৰো অধিক লোক আহত হোৱাৰ পিছত চৰকাৰে ছ’চিয়েল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *